makar rashiMakara River

makar sankrant (English) [ IPA: মকৰ স্ংক্ৰান্তি ASM: মকৰ স্ংক্ৰান্তি]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-01-03
1. (Proper Noun) Makar Sankranti is one of the most auspicious day for the Hindus, and is celebrated in almost all parts of the country in myriad cultural forms, with great devotion, fervor & gaiety. The festival of Makar Sankrant traditionally coincides with the beginning of the Sun's northward journey (the Uttarayan) when it enters the sign of Makar (the Capricorn). It falls on the 14th of January every year according to the Solar Calendar. In Assam, the festival is celebrated as Bhogali Bihu. মকৰ সংক্ৰান্তি ভাৰতীয় হিন্দু ধৰ্মৰ অতি উল্লেখযোগ্য উৎসৱ আৰু ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে ইয়াক পালন কৰা হয়৷ জ্যোতিষ শাস্ত্ৰ মতে উত্তৰ গোলাৰ্ধত ধনুৰাশিৰ পৰা মকৰ ৰাশিলৈ সূৰ্যৰ পৰিবৰ্তনকে মকৰ সংক্ৰান্তি বুলি কোৱা হয়৷ মকৰ সংক্ৰান্তি হিন্দু পাঞ্জিকা মতে মাঘ মাহত (ইং. জানুৱাৰী মাহত) উদযাপন কৰা হয়৷ অসমত এই দিনা উলহ-মালহেৰে ৰাইজে "ভোগালি বিহু" উদযাপন কৰে৷